শ্বেয়াৰ মাৰ্কেটৰ পৰা কেনেকৈ কোটিপতি হব পাৰি ?

আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা কোটিপতি হব পাৰিবনে? ইয়াৰ উত্তৰ হব হয় পাৰিব। মই আজি আপোনাক কম 7 টা নিয়ম যাক অনুসৰণ কৰি আপুনিও কোটিপতি হব পাৰিব। 1. নিজৰ ওপৰত বিনিয়োগ কৰক 2.পইচা সাঁচক 3 . Capital Gain ৰ ওপৰত হোৱা টেক্স কম কৰক 4. ষ্টকত বিনিয়োগ কৰক 5.বিনিয়োগৰ কাৰনে সৰ্বশ্ৰেষ্ঠ ষ্টক নিৰ্বাচন কৰক 6.প্ৰত্যেকমাহতেই বিনিয়োগ … Read more

অনলাইনত বিক্ৰী কেনেকৈ কৰিব?

অনলাইনত বস্তু বিক্ৰী আজিকালি একেবাৰেই সহজ হৈ পৰিল। আপুনি যদি অনলাইনত বস্তু বিক্ৰী কৰিবলৈ বিচাৰিছে তেন্তে বহুতো ব্যবস্থা আছে যাৰ জৰিয়তে আপুনি অনলাইনত আপোনাৰ প্ৰডাক্ট বিক্ৰী কৰিব পাৰিব। । 1. আপোনাৰ প্ৰডাক্ট নিৰ্বাচন কৰক : অনলাইনত তিনি ধৰণে নিজৰ প্ৰডাক্ট বিক্ৰী কৰিব পাৰি DIY (Do it Yourself) , পাইকাৰী (Wholesale), যোগানধাৰী (Dropshiping ) DIY Products … Read more

Munich 10

ইজৰাইলৰ প্ৰতিশোধ : ইজৰাইলৰ এই ভয়ংকৰ অভিযানত সন্ত্ৰাসবাদী সকলক তেওঁলোক লুকাই থকা গোপন ঠাইৰ পৰা বিচাৰি উলিয়াই লোৱাৰ পিছত সেই ঠাইলৈ গৈ হত্যাবোৰ সংঘটিত কৰিবলগীয়া মূল দলটো পৰিচালনা কৰাৰ দ্বায়িত্ব দিয়া হ’ল মোছাদৰ অতি সুদক্ষ আৰু বিশ্বখ্যাত বিষয়া মাইক হাৰাৰীক ৷ অভিযানৰ বাবে মাইক হাৰাৰীৰ নেতৃত্বত গঠন কৰা দলটোৰ সদস্য সকলক তেওঁলোকৰ কাম অনুযায়ী বিভিন্ন … Read more

Munich Part 9

ইজৰাইলৰ প্ৰতিশোধ : ঝি ঝামিৰক এই চুটি আদেশটো দিয়াৰ আগতে গোল্ডা মেয়াৰে কিন্তু বহু দীঘলীয়া সময় নিজৰ মনৰ মাজতে গুণাগথা কৰিব লগীয়া হৈছিল ৷ কাৰণ এনে এক আদেশ দিয়াটো কোনো সাধাৰণ কথা নহয় ৷ পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ ইজৰাইলৰ চোৰাংচোৱাই সন্ত্ৰাসবাদী সকলৰ হত্যা আৰম্ভ কৰিলে সেয়া হব এক বৃহৎ আন্তৰাষ্ট্ৰীয় ঘটনা ৷ কোনো সাৰ্বভৌম দেশে … Read more

Munich 8

ইজৰাইলৰ প্ৰতিশোধ : মিউনিকৰ হত্যালীলাৰ দুদিন পিছতে আঠ চেপ্তম্বৰৰ দিনা এই ঘটনাৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাবে ইজৰাইলে ছিৰিয়া আৰু লেবাননত থকা পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেছনৰ দহটা ঘাটিত বায়ুসেনা বাহিনীৰ বিমানেৰে বোমা বৰ্ষণ কৰে ৷ অনুমান কৰা মতে আকষ্মিক ভাৱে কৰা এই প্ৰচণ্ড বোমাবৰ্ষণত প্ৰায় দুই শতাধিক PLO সন্ত্ৰাসবাদী থিতাতে নিহত হয় ৷কিন্তু এয়া মাথো আৰম্ভণিহে আছিল ৷ … Read more

Munich 7

মিউনিকত এনিশা : দহ বাজি ত্ৰিছ মিনিট যোৱাৰ পিছত নিয়ন্ত্ৰন কক্ষত অতি উৎকন্ঠাৰে বাট চাই ৰোৱা মেনফ্ৰেড স্ৰেইবাৰে দেখা পালে যে দুখন ক’লা ৰঙৰ Bell UH-1 হেলিকপ্টাৰ লাহে লাহে বিমান বন্দৰত অৱতৰণ কৰিছে ৷ হেলিকপ্টাৰ দুখনৰ ভিতৰত আছে চাৰিজন পাইলট, নজন পনবন্দী আৰু আঠজন সন্ত্ৰাসবাদী ৷ “আঠজন সন্ত্ৰাসবাদী” কথাটো মনলৈ অহাৰ লগে লগে সকলোৰে অলক্ষিতে … Read more

Munich Part 6

মিউনিকত এনিশা :- জাৰ্মান চৰকাৰৰ কাৰ্য্যকলাপবোৰ দেখি সন্ত্ৰাসবাদী সকল লাহে লাহে নিশ্চিত হ’ল যে মধ্যস্থতাকাৰী সকলে কৈ থকাৰ দৰে ইজৰাইল চৰকাৰ দৰাচলতে তেওঁলোকৰ দাবীবোৰ মানি লবলৈ ইমান সোনকালে সন্মত নহব ৷ আনহাতে এনে পৰিস্থিতিত গেমছ ভিলেজৰ সেই কোঠাটোত বেছি সময় সোমাই থকাটোও নিৰাপদ নহব বুলি তেওঁলোকৰ মনত আশংকা হবলৈ ধৰিলে ৷ কাৰণ জাৰ্মান চৰকাৰৰ ৰেহৰূপবোৰ … Read more

Munich Part 5

মিউনিকত এনিশা :- মিউনিকৰ পণবন্দী সংকট সমাপ্তিৰ বাবে সন্ত্ৰাসবাদীৰ লগত কোনো ধৰণৰ আলোচনা কৰা নহব বুলি ঘোষণা কৰি দিয়াৰ পিছতো কিন্তু ইজৰাইল চৰকাৰে এই ঘটনাৰ সমস্ত দ্বায়িত্ব জাৰ্মান চৰকাৰক জাপি দি হাত সাৱটি বহি নাথাকিল ৷ নিজ দেশৰ নাগৰিক পণবন্দী হৈ থকাৰ মূহুৰ্তত ইজৰাইল চৰকাৰে সকলো ভাগ্যৰ ওপৰত এৰি দি টেলিভিছনত ‘লাইভ কভাৰেজ‘ চাই বহি … Read more

Munich Part 4

অলিম্পিক ভিলেজত সোমায়েই সন্ত্ৰাসবাদীৰ দলটো পোনে পোনে ইজৰাইলৰ খেলুৱৈ সকল থকা ঘৰটোৰ পিনে আগবাঢ়ি গ’ল ৷ এই ঘৰটোৰ পাঁচটা এপাৰ্টমেন্টত খেলুৱৈ সকলে বাহৰ পাতি আছিল ৷ ঘৰটোৰ ওচৰ পায়েই সন্ত্ৰাসবাদী সকলে প্ৰথমে ইজৰাইল দলৰ প্ৰশিক্ষক আৰু কৰ্মকৰ্তা সকলে বাহৰ পাতি থকা এক নম্বৰ এপাৰ্টমেন্টটোৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰে ৷ অতি আচৰিতভাৱে সন্ত্ৰাসবাদী সকলে ইয়াৰ আগতেই … Read more

Munich Part 3

★ 4 চেপ্তেম্বৰ 1972 : সেইদিনাও অলিম্পিকৰ খেল সমূহ গতানুগতিক ভাৱে চলি থাকিল ৷ কিন্তু সন্দেহ কৰা মতে সেইদিনা দুপৰীয়াৰ সময়ত কোনো ধৰণৰ সুৰক্ষা তালাচীৰ সন্মূখীন নোহোৱাকৈ কেইজনমান সন্ত্ৰাসবাদীয়ে গেমছ ভিলেজত ইজৰাইলী খেলুৱৈ সকল থকা ঘৰটোৰ চিৰিৰে ওপৰ মহলালৈ উঠি গৈ তেওঁলোকক ভৱিষ্যতে দৰকাৰ হব পৰা সকলো কথা চাই আহিল ৷ এনেদৰে যাওঁতে তেওঁলোকে অট্টালিকাটোৰ … Read more

Solverwp- WordPress Theme and Plugin